মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

ৰাজ্যিক জলবায়ু কোষ

১. ৰাজ্যিক জলবায়ু কোষে আঁচনি গ্ৰহণ, কাৰ্য আঁচনি আৰু বতৰ তথা জলবায়ু সন্দৰ্ভত গৱেষণা আৰু কাৰ্যকলাপসমূহক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজন। শেহতীয়াভাৱে বিশ্বব্যাপী হোৱা জলবায়ু পৰিৱৰ্তনে পৃথিৱীজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰিবলৈ স্থানীয় প্ৰসঙ্গসমূহৰ প্ৰতি ধ্যান ৰাখি বতৰ আৰু জলবায়ু তথা এইসমূহ পৰিৱৰ্তন কৰাৰ কাৰণসমূহ ইত্যাদিৰ বিষয়ে আমি সঠিক বুজা-বুজি আৰু সজাগতা সৃষ্টি কৰাটো প্ৰয়োজন।বতৰ আৰু জলবায়ুৰ বিষয়ে শিক্ষা হল আমাৰ সন্মুখত থকা এক জৰুৰীকালন বিষয়। জলবায়ু কোষটো বিশেষজ্ঞ আৰু বিভিন্ন হিতাধিকাৰী বিভাগ, শিক্ষানুষ্ঠান, কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহ, গৱেষণা প্ৰতিষ্ঠান ইত্যাদিৰ সৈতে নেটৱৰ্কিঙৰ সুবিধাৰ সৈতে সজ্জ্বিত হব। ভাৰত চৰকাৰৰ দ্বাৰা গঠিত জলবায়ু পৰিৱৰ্তনৰ ওপৰত থকা কাৰ্য-আঁচনিখন ৰূপায়ণ কৰাতো ই সহায় কৰিব। জলবায়ু কোষে ধাৰক অনুষ্ঠানৰ সৈতে যত স্বয়ংক্ৰিয় বতৰ ব্যৱস্থা স্থাপন কৰা হৈছে, পৰ্যবেক্ষণ কৰিব।

২.অসম চৰকাৰক জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কৌশল আৰু কাৰ্য আঁচনিৰ প্ৰতিবেদ দাখিল কৰা হৈছে।

৩. জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য আঁচনিৰ সৈতে সম্পৰ্কিত দুখন পুস্তিকা প্ৰকাশিত হৈছে।