মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

জৈৱ বৈচিত্ৰ্যতা আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে অনুভূতিশীলতা

১. ২০১২-১৩ সময়ছোৱাত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত সমৰ্থিত এয়া এক এবছৰীয়া প্ৰকল্প।
২. জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণ আৰু অসমৰ পৰিবেশ পুনৰসংস্থাপনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা সন্দৰ্ভত এখন ৰাজ্যিক পৰ্যায়ৰ অনুভূতিশীল কৰ্মশালা আৰু সভা গুৱাহাটীত অনুষ্ঠিত হৈছিল।
৩. ২৭খন জিলাত জিলা পৰ্যায়ত জৈৱ-বৈচিত্ৰ্যতা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত অনুভূতিশীল অনুষ্ঠান অনুষ্ঠিত হৈছিল।
৪. জিলা পৰ্যায়ত জৈৱ-বৈচিত্ৰ্যতা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰশ্নোত্তৰ, প্ৰতিযোগিতা, সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈছিল।
৫. গুৱাহাটীত জৈৱ বৈচিত্ৰ্যতা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত এটা ৰাজ্যিক পৰ্যায়ৰ শিবিৰ অনুষ্ঠিত হৈছিল।
৬. ২৭খন জিলা পৰ্যায়ৰ ৰূপায়ণকাৰী সংস্থাৰ দ্বাৰা সম্পূৰ্ণ ৫৪০০খন ভেষজগাৰ ফলক প্ৰস্তুত কৰা হৈছিল।
৭. সংশ্লিষ্ট জিলা পৰ্যায়ৰ ৰূপায়ণকাৰী সংস্থাসমূহৰ দ্বাৰা স্থানীয় উদ্ভিদকূলৰ এখন তালিকা প্ৰস্তুত কৰা হৈছিল।