মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

জৈৱ বৈচিত্ৰ্যতা তথ্য ভঁৰাল স্থাপন

১. অসমৰ সপুষ্পক উদ্ভিদ, নগ্নবীজি উদ্ভিদ, মাছ, উভচৰ প্ৰাণী, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ তথ্যৰ দলিল সম্পূৰ্ণ হৈছে। ৩৮৩৩বিধ সপুষ্পক উদ্ভিদ, ২২বিধ নগ্নবীজ উদ্ভিদ, ২৩২বিধ মাছ, ৬৭বিধ উভচৰ, ১২৮বিধ সৰীসৃপ, ৮৪১বিধ চৰাই আৰু ১৯২বিধ স্তন্যপায়ী নথিভুক্ত হৈছে।
২. অসমৰ উদ্ভিদৰ বৈচিত্ৰ্যতা – সপুষ্পক আৰু নগ্নবীজিৰ এখন অনুসন্ধান তালিকা শীৰ্ষক এখন গ্ৰন্থ ২০১৪ চনত প্ৰকাশিত হৈছিল।
৩. অসমৰ মেৰুদণ্ডী প্ৰাণী – ইউ.এন.চি.এন. অৱস্থাৰ সৈতে এখন অনুসন্ধান তালিকা প্ৰকাশিত হৈছিল ২০১৬ চনৰ ৫ জুন তাৰিখে যিখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা উদ্বোধন কৰা হৈছিল।