মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

আমাৰ ইতিহাস

  • অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিভাগৰ এক স্বায়ত্ত শাসিত পৰিষদ আৰু এক প্ৰতিষ্ঠানগত সংস্থা হিচাপে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, দূৰ সংবেদন, শক্তি (অ-পৰম্পৰাগত আৰু পুনৰনবীকৰযোগ্য উত্সসমূহ) আৰু পৰিৱেশৰ ক্ষেত্ৰসমূহত কিছুমান মুখ্য অনুষ্ঠানৰ ৰূপায়ণৰ বাবে ১৯৮৬-৮৭ চনত অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ গঠন কৰা হৈছিল।