মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

প্ৰতিলিপি অধিকাৰ নীতি

এই ৱেবছাইটৰ উপাদানসমূহ এখন মেইলৰ দ্বাৰা আমাৰ পৰা অনুমতি গ্ৰহণৰ পাছত বিনামূল্যে পুনঃপ্ৰকাশ কৰিব পাৰে। অৱশ্যে উপাদানসমূহ যথাযথভাৱে প্ৰকাশৰ লগতে অমূলক পদ্ধতিত বা বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব নোৱাৰিব। উপদানসমূহ যতেই প্ৰকাশিত বা ব্যৱহৃত নহওক, স্পষ্টকৈ উত্সক স্বীকৃতি দিয়াটো বাঞ্চনীয়।

অৱশ্যে পুনঃপ্ৰকাশৰ অনুমতি তৃতীয় পক্ষৰ স্বৰ্তাধিকাৰলৈ প্ৰসাৰিত হব নোৱাৰে। এনে উপাদানৰ পুনঃপ্ৰকাশৰ অনুমোদন বিভাগৰ পৰা প্ৰাপ্ত কৰা আৱশ্যক/স্বৰ্তাধিকাৰীৰ পৰা প্ৰাপ্ত কৰা আৱশ্যক। ভাৰতীয় আইনৰ দ্বাৰা এই স্বৰ্তাৱলী প্ৰযোজ্য। এই আইন অৱমাননা কৰিলে ভাৰতীয় আদালতৰ বিচাৰাধীন হব লাগিব।