মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

ব্যৱহাৰৰ স্বর্তাৱলীসমূহ

এই ৱেবছাইটটো ডিজাইন, বিকাশ আৰু পৰিচৰ্যা কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে। যদিহে কোনো অস্পষ্টতা বা সন্দেহ হয়, ব্যৱহাৰকাৰীয়ে বিভাগীয় বা আন উত্সৰে অনুসন্ধান/পৰীক্ষণ কৰিব লাগে, যাতে সঠিক পেছাগত পৰামৰ্শ পাব পাৰে। কোনো পৰিস্থিতিতে এই ৱেবছাইট ব্যৱহাৰৰ সৈতে জড়িত যিকোনো ধৰণৰ লোকচানৰ বাবে বিভাগ দায়ী নহব। ভাৰতীয় আইনৰ অধীনত এই চৰ্ত আৰু স্থিতি জাৰি কৰা হৈছে। এই চৰ্ত আৰু স্থিতিৰ সৈতে কোনো ধৰণৰ মত-বিৰোধ হলে, বিষয়টো ন্যালালয়ৰ দ্বাৰস্থ হব।

ৱেবছাইটোত উপলব্ধ তথ্যত বেচৰকাৰী/ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা সৃষ্ট আৰু পৰিচালনা কৰা তথ্যক ইংগিত কৰিবলৈ হাইপাৰটেক্সট লিংক বা পইণ্টাৰ থাকে। বিভিন্ন মন্ত্ৰালয় বা বিভাগে দিয়া এই লিংক আৰু পইণ্টাৰ্চবোৰ কেৱল মাত্ৰ আপোনাৰ তথ্য আৰু সুবিধাসেই। যেতিয়া আপুনি ৱেবছাইটৰ বাহিৰৰ কোনো লিংক নিৰ্বাচন কৰে, আপুনি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৱেবছাইটটোৰ পৰা ওলাই আহে আৰু বাহিৰৰ ৱেবছাইটৰ মালিকৰ গোপনীয়তা আৰু সুৰক্ষাৰ অধীনস্থ হৈ পৰে।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে সকলো সময়তে তেনে পৃষ্ঠাৰ উপলব্ধতা নিশ্চিত নকৰে।