মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

আমি কি কৰো

  • আমাৰ লক্ষ্যসমূহ

    • ৰাষ্ট্ৰ আৰু দেশৰ স্বাৰ্থত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশৰ বিভিন্ন দিশত নীতি প্ৰস্তুত কৰা।
    • বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশৰ বিভিন্ন দিশৰ ওপৰত আঁচনি/অনুষ্ঠান প্ৰণয়ন কৰা।
    • ভাৰত চৰকাৰ, অসম চৰকাৰ, উত্তৰ পূব পৰিষদ আৰু অন্যান্য ৰাজহুৱা সংস্থাসমূহৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ সম্পৰ্কীয় আঁচনিসমূহ কাৰ্যকৰী কৰা আৰু ৰূপায়ণ কৰা।
    • ৰাজ্যখনৰ অনুষ্ঠানসমূহত বা ভিন্নধৰণে কৰ্মৰত বৈজ্ঞানিকসকল, প্ৰযুক্তিবিদ আৰু বিশেষজ্ঞসকলক বিত্তীয় সাহায্য প্ৰদানৰ দ্বাৰা অসমৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশৰ ক্ষেত্ৰত গৱেষণা উন্নীত কৰা।
    • অসম চৰকাৰ তথা ৰাজহুৱা সংস্থা ইত্যাদিৰ সংশ্লিষ্ট বিভাগ/সংস্থাসমূহক এই বিভাগ/সংস্থাসমূহ সংপৃক্ত হৈ থকা পৰ্যাপ্ত, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশৰ বিভিন্ন দিশৰ ওপৰত পৰামৰ্শ প্ৰদান কৰা।