১. বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত ২০১১-১২ চনৰ সময়ছোৱাত ৰূপায়িত হোৱা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এয়া হল এক এবছৰীয়া আঁচনি।
২. মদন কামদেৱৰ অসম জৈৱ সম্পদ কেন্দ্ৰত ২০০ বৰ্গ মিটাৰ আকাৰৰ এটা আধুনিক কেকটাছ গৃহ নিৰ্মাণ কৰা হৈছে।
৩. বিভিন্ন প্ৰজাতিৰ কেকটাছ সংগ্ৰহ কৰা হৈছে আৰু কেকটাছ গৃহটোত চিনাকি কৰি দিয়া হৈছে।
৪. বিভিন্ন প্ৰজাতিৰ কেকটাছৰ বংশবৃদ্ধি অব্যাহত আছে।