মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

অনুজীৱৰ অধ্যয়নৰ বাবে কাৰ্যকলাপ ভিত্তিক মডিউলৰ সৃষ্টি

১. এখন জীৱাণু বিজ্ঞানৰ মডিউলৰ সৃজন কৰিবৰ বাবে এখন ৰাষ্ট্ৰীয় চিন্তা-ভাৱনাযুক্ত কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।
২. অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ আৰু গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ উদ্ভিদীয় বিনোদ কেন্দ্ৰৰ যুটীয়া প্ৰচেষ্টাৰে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুজীৱৰ অধ্যয়ন কৰিবলৈ “অনুজীৱ – নিৰীক্ষণ কৰো আৰু শিকো আহা” শীৰ্ষক এখন কাৰ্যকলাপ ভিত্তিক মডিউলৰ সৃজন কৰা হৈছে। মডিউলখনত এটা অনুবীক্ষণ, এক কাৰ্যক্ৰমণিকা, ১০খন প্ৰাচীৰ পত্ৰ, প্ৰয়োজনীয় সামগ্ৰী আৰু এটা সৃষ্ট CD-ROMঅন্তৰ্ভুক্ত হৈ আছে।
৩. অনুজীৱৰ ওপৰত এখন ৰাষ্ট্ৰীয় দিকদৰ্শী কৰ্মশালা – নিৰীক্ষণ কৰো আৰু শিকো আহা অনুষ্ঠিত কৰা হৈছিল।
৪. ৮০০টা জীৱাণুবিজ্ঞানৰ সৰঞ্জামৰ প্ৰতিলিপি কৰা হৈছিল আৰু ভাৰতীয় ৰাজ্যসমূহৰ বিভিন্ন শৈক্ষিক/চৰকাৰী সংস্থাসমূহক যোগান ধৰা হৈছিল।