মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

এ.বি.আৰ.চি.ত উচ্চপ্ৰযুক্তিসম্পন্ন অৰ্কিড-সংগ্ৰহালয় স্থাপনৰ দ্বাৰা অৰ্কিড ৰোপণ

১. বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত ২০০৯-১০ চনৰ সময়ছোৱাত ৰূপায়িত হোৱা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এয়া হল এক এবছৰীয়া আঁচনি।
২. মদন কামদেৱৰ অসম জৈৱ সম্পদ কেন্দ্ৰত এটা উচ্চ প্ৰযুক্তিসম্পন্ন ১৫০ বৰ্গ মিটাৰ আকাৰৰ অৰ্কিড সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে।
৩. বিদ্যালয়ৰ ছাত্ৰসকলক জড়িত কৰি অৰ্কিড ৰোপণৰ ওপৰত এটা প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
৪. বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংগ্ৰহ কৰা হৈছে আৰু অৰ্কিড সংগ্ৰহালয়টোত চিনাকি কৰি দিয়া হৈছে।
৫. বিভিন্ন অৰ্কিডৰ বংশবৃদ্ধি অব্যাহত আছে।