মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

অসম জৈৱ সম্পদ কেন্দ্ৰৰ উদ্ভিদ উদ্যানৰ আন্তঃগাঁঠনিৰ সুবিধাসমূহৰ উন্নয়ন

১. ২০০৭-০৮ সময়ছোৱাত ৰূপায়িত হোৱা ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত এয়া এক এবাৰ হাতত লোৱা প্ৰকল্প।
২. আঁচনিখনৰ মুল লক্ষ্য হল অসম জৈৱ-সম্পদ কেন্দ্ৰত থকা আন্তঃগাঁঠনিমূলক সুবিধাসমূহ সবলীকৰণৰ দ্বাৰা দুষ্প্ৰাপ্য, বিপন্ন আৰু স্থানীয় প্ৰজাতিসমূহৰ (পূৰ্ব স্থানত নথকা) সংৰক্ষণ কৰা।
৩. প্ৰকল্পটোৰ চমু অগ্ৰগতি
৪. ইটাৰ চৌহদৰ বেৰ – ৮০০ মিটাৰ
৫. বৃক্ষ ৰোপণৰ বাবে ভূমিৰ উন্নয়ন – ৩ হেক্টৰ
৬. পানী আৱদ্ধ প্ৰস্তৰ পথৰ কাম – ৪৯০ মিটাৰ
৭. চেপেটা ইটাৰ Solingৰ ওপৰত পকা পথ – ৩৩২ মিটাৰ
৮. বন্দাৰ এপ্ৰন (কাষৰীয়া সুৰক্ষা – ৬০ মিটাৰ
৯. কালভাৰ্ট – ৮টা
১০. ১০০ বৰ্গ মিটাৰৰ কুহেলিকা কক্ষ – ১টা
১১. সংগ্ৰহালয়ৰ কাঠৰ বেৰ – ৩খন
১২. জলসিঞ্চনৰৰ সুবিধা – এটা মুক্ত বলয়ৰ কুঁৱা, এটা ওপৰত থকা টাংকি, দুটা পানীৰ চৌবাচ্চা, এটা ১.৫ hp জেট পাম্প আৰু অন্যান্য সকলো সা-সঁজুলি।
১৩. বন সংগ্ৰহালয়ৰ কেবিনেট – ১২টা
১৪. ক্ষেত্ৰ ভিত্তিক কাৰ্য – ৮টা ক্ষেত্ৰ ভ্ৰমণৰ পৰা উদ্ভিদ প্ৰজাতিৰ ১২৫টা সক্ৰিয় জাৰ্মপলাজম আৰু ৩৫০টা বন সংগ্ৰহালয়ৰ নমুনা সংগ্ৰহ কৰা হৈছে।
১৫. ২০০৯ত সফলভাৱে প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে।