১. ২০০৭-০৮ সময়ছোৱাত ৰূপায়িত হোৱা ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত এয়া এক এবাৰ হাতত লোৱা প্ৰকল্প।
২. আঁচনিখনৰ মুল লক্ষ্য হল অসম জৈৱ-সম্পদ কেন্দ্ৰত থকা আন্তঃগাঁঠনিমূলক সুবিধাসমূহ সবলীকৰণৰ দ্বাৰা দুষ্প্ৰাপ্য, বিপন্ন আৰু স্থানীয় প্ৰজাতিসমূহৰ (পূৰ্ব স্থানত নথকা) সংৰক্ষণ কৰা।
৩. প্ৰকল্পটোৰ চমু অগ্ৰগতি
৪. ইটাৰ চৌহদৰ বেৰ – ৮০০ মিটাৰ
৫. বৃক্ষ ৰোপণৰ বাবে ভূমিৰ উন্নয়ন – ৩ হেক্টৰ
৬. পানী আৱদ্ধ প্ৰস্তৰ পথৰ কাম – ৪৯০ মিটাৰ
৭. চেপেটা ইটাৰ Solingৰ ওপৰত পকা পথ – ৩৩২ মিটাৰ
৮. বন্দাৰ এপ্ৰন (কাষৰীয়া সুৰক্ষা – ৬০ মিটাৰ
৯. কালভাৰ্ট – ৮টা
১০. ১০০ বৰ্গ মিটাৰৰ কুহেলিকা কক্ষ – ১টা
১১. সংগ্ৰহালয়ৰ কাঠৰ বেৰ – ৩খন
১২. জলসিঞ্চনৰৰ সুবিধা – এটা মুক্ত বলয়ৰ কুঁৱা, এটা ওপৰত থকা টাংকি, দুটা পানীৰ চৌবাচ্চা, এটা ১.৫ hp জেট পাম্প আৰু অন্যান্য সকলো সা-সঁজুলি।
১৩. বন সংগ্ৰহালয়ৰ কেবিনেট – ১২টা
১৪. ক্ষেত্ৰ ভিত্তিক কাৰ্য – ৮টা ক্ষেত্ৰ ভ্ৰমণৰ পৰা উদ্ভিদ প্ৰজাতিৰ ১২৫টা সক্ৰিয় জাৰ্মপলাজম আৰু ৩৫০টা বন সংগ্ৰহালয়ৰ নমুনা সংগ্ৰহ কৰা হৈছে।
১৫. ২০০৯ত সফলভাৱে প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে।