মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
আলোচনাচক্ৰ আৰু কৰ্মশালা

২০০৫-২০০৮ চনত অনুষ্ঠিত আলোচনাচক্ৰ, সভা আৰু কৰ্মশালা

১. ২০০৫ চনৰ জুন মাহত গুৱাহাটীৰ পূব হিমালয়ান অঞ্চলৰ ওৱাই.এছ.এ-০৪ তথ্য প্ৰদৰ্শন সভা অনুষ্ঠিত হৈছিল
২. ২০০৫ চনৰ জুলাই মাহত গুৱাহাটীত শিপা আৰু অংকুৰ প্ৰকল্পৰ সম্পূৰ্ণকৰণ অনুষ্ঠান অনুষ্ঠিত হৈছিল
৩. ২০০৫ চনৰ নৱেম্বৰ মাহৰ সময়ছোৱাত গুৱাহাটীত অনুজীৱৰ অধ্যয়নৰ বাবে এক কাৰ্যভিত্তিক মডিউলৰ সৃষ্টি সম্পৰ্কে এখন ৰাষ্ট্ৰীয় চিন্তা-ভাৱনাযুক্ত কৰ্মশালা অনুষ্ঠিত হৈছিল।
৪. ২০০৫ চনৰ নৱেম্বৰ মাহত গুৱাহাটীত পৰিবেশ প্ৰতিবেদনৰ অৱস্থা, পৰ্যায়-১ৰ চূড়ান্ত অনুমোদনৰ বাবে এখন আন্তঃবিভাগীয় সভা অনুষ্ঠিত হৈছিল।
৫. ২০০৬ চনৰ জানুৱাৰী মাহত গুৱাহাটীত সমস্ত ২৩খন জিলাক সামৰি এন.জি.চি.ৰ ৰাজ্যিক পৰ্যায়ৰ সভা অনুষ্ঠিত হৈছিল।
৬. ২০০৬ চনৰ জানুৱাৰী মাহত উত্তৰ-পূবৰ আঠখন ৰাজ্য সামৰি এন.জি.চি.ৰ আঞ্চলিক পৰ্যায়ৰ সভা অনুষ্ঠিত হৈছিল।