মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

সেউজ সচিবালয়

১. সেউজ সচিবালয়ৰ ধাৰণাৰ প্ৰাথমিক পটভূমি হল এক আধাৰ সৃষ্টি কৰা যাতে প্ৰাথমিক পৰিবেশগত বহনক্ষমতা আৰু উন্নয়ন এই পদক্ষেপৰ জৰিয়তে সঠিকভাৱে প্ৰতিফলিত হয় আৰু সাধাৰণ মানুহৰ মনত এক প্ৰভাৱ পেলায় যাতে তেওঁলোকে, তেওঁলোকৰ চৌদিশে হৈ থকা পৰিবেশগত মানদণ্ড হ্ৰাসৰ বিষয়ে সজাগ হৈ পৰে।

২. বহুকেইটা নিৰ্ণায়কৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ হল- সেউজ গৃহ গেছ নিৰ্গমন, আৰু সম্পদ অপচয়, যিসমূহ হ্ৰাস কৰা উচিত প্ৰকৃতিৰ সৈতে সম্প্ৰীতি, সম্প্ৰদায়সমূহৰ সৈতে সম্প্ৰীতি, পৰিবেশগত সজাগতা, সেউজ সচিবালয়ৰ প্ৰাথমিক আধাৰৰ সূচনাৰ বাবে যাক সকলো পৰ্যায়তে উত্সাহিত কৰা উচিত।

৩. সক্ৰিয় পৰিবেশগত ব্যৱস্থাপনাৰ বাবে পানীৰ প্ৰভাৱ, শক্তিৰ প্ৰভাৱ, অপচয়ৰ প্ৰভাৱ আৰু মাটি তথা বায়ুৰ প্ৰভাৱ অসম সচিবালয়ৰ সম্পূৰ্ণ আন্তঃগাঁঠনিৰ বাবে নিশ্চয়কৈ বিশ্লেষণ কৰি চোৱা উচিত। সচিবালয়ৰ বাবে সেউজ দৃষ্টি প্ৰাপ্ত হবলৈ প্ৰাথমিক লক্ষ্য হল মন্ত্ৰীসকল, আমোলাসকল আৰু সাধাৰণ কৰ্মচাৰীসকল, যাৰ জৰিয়তে সমগ্ৰ জনসংখ্যা পৰিবেশগত বহনক্ষমতা সম্পৰ্কে সজাগ হৈ পৰিব।

৪. অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগক, প্ৰকল্প সম্পূৰ্ণকৰণৰ প্ৰতিবেদন দাখিল কৰা হৈছে।