মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
আলোচনাচক্ৰ আৰু কৰ্মশালা

২০০১-২০০২ আৰু ২০০২-২০০৩ চনত অনুষ্ঠিত আলোচনাচক্ৰ, সভা আৰু কৰ্মশালা

১. ২০০১-০২ আৰু ২০০২-০৩ চনৰ সময়ছোৱাত জৈৱ খেতি আৰু অসমৰ গ্ৰামীণ মহিলাসকলক জড়িত কৰি গুণসম্পন্ন ঔষধী উদ্ভিদসমূহৰ ৰ্ধ-প্ৰক্ৰিয়াকৰণৰ ওপৰত এলানি প্ৰশিক্ষণ অনুষ্ঠান অসম জৈৱ-সম্পদ কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে।

২.২০০২ চনৰ ১৩-১৫ জুলাইৰ সময়ছোৱাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্য়াযৰ সমল ব্যক্তিসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে।

৩. ২০০২ চনৰ ২৮-২৯ ডিচেম্বৰৰ সময়ছোৱাত দুলীয়াজানত অসম বিজ্ঞান সমিতিৰ সৈতে স্থানীয় ৰোগ নিৰাময়কাৰী প্ৰথাসমূহৰ বৈজ্ঞানিক মূল্যায়ন সম্পৰ্কে এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।

৪. ২০০৩ চনৰ ২২-২৪ ফেব্ৰুৱাৰীৰ সময়ছোৱাত অসম বিজ্ঞান সমিতিৰ সৈতে জৈৱ বৈচিত্ৰ্যতা ভিত্তিত জীৱিকা সম্পৰ্কে এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।