মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

অসম ৰাজ্যৰ বাবে পৰিবেশ প্ৰতিবেদনৰ অৱস্থা

১. ২০০৬ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা অসমৰ পৰিবেশৰ অৱস্থা ২০০৪ৰ ওপৰত প্ৰথম চৰকাৰী নথি মুকলি কৰা হয়।
২. নদী আৰু জলাশয়সমূহ, খহনীয়াৰ বিপদ, চৰ সৃষ্টি, কৃষি, বানপানী, অনাবৃষ্টি আৰু জলবায়ু, বন্যপ্ৰাণী, প্ৰদূষণ সম্পৰ্কীয় সমস্যা পৃথিৱীৰ আটাইতকৈ বৃহত্ নদীদ্বীপ মাজুলীকে ধৰি ৰাজ্যখনৰ পৰিবেশ সম্পৰ্কীয় সমস্যাসমূহ সম্পূৰ্ণ সামৰি এখন এঘণ্টীয়া ভিডিঅ তথ্যচিত্ৰ প্ৰদৰ্শিত হৈছিল।
৩. পৰিবেশৰ অৱস্থাৰ ওপৰত এখন চি.ডি. প্ৰযোজনা কৰা হৈছিল।
৪. এছ.অ.ই. ৱেবছাইটৰ বাবে বিষয়বস্তুসমূহৰ উন্নীতকৰণ অব্যাহত আছে।
৫. এছ.অ.ই. ফটো এলবামটোৰ কাম চলি আছে।
৬. দ্বিতীয় পৰ্যায়ৰ পৰিবেশৰ অৱস্থৰ প্ৰতিবেদন প্ৰস্তুত হৈ আছে।