মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

ভূমি পৰীক্ষণৰ জৰিয়তে ভূমিৰ গুণাগুণ ব্যৱস্থাপনা

১. ২০০৯-২০১০ৰ সময়ছোৱাত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত সমৰ্থিত এইটো এটা এবছৰীয়া প্ৰকল্প।
২. গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাঙ্গনত ২০০৯ চনৰ ১৪-১৫ ছেপ্তেম্বৰ,২০০৯ৰ ৭-৮ অক্টোবৰ, ২০০৯ৰ ৯-১০ অক্টোবৰ, ২০০৯ৰ ১০-১১ অক্টোবৰ আৰু ২০০৯ৰ ১৩-১৯ অক্টোবৰত ভূমি পৰীক্ষণৰ জৰিয়তে ভূমিৰ গুণাগুণ ব্যৱস্থাপনাৰ ওপৰত ২১৯টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বাবে সমল ব্যক্তিসকলৰ বাবে পাঁচটা প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।