মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

শিপা আৰু অংকুৰ

১. এই আঁচনিখন অৰ্থনৈতিকভাৱে আৰু পৰিবেশগতভাৱে গুৰুত্পূৰ্ণ প্ৰজাতিসমূহক অন্তৰ্ভুক্ত কৰি উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা প্ৰাণীকূল আৰু উদ্ভিদকূলৰ নিৰ্বাচিত প্ৰজাতিসমূহক সংৰক্ষণ কৰিবলৈ আৰু এইসমূহৰ দেহতত্ব, পৰিবেশবিদ্যা, বংশগতি আৰু কৃষি-প্ৰযুক্তিবিদ্যা সন্দৰ্ভত তথ্য সৃষ্টি কৰিবলৈ পৰিচালনা কৰা হৈছিল।

২. নলবাৰী, দৰং, নগাঁও আৰু তিনিচুকীয়া – এই চাৰিখন জিলাৰ বিদ্যালয়ৰ শিপা আৰু অংকুৰ গোষ্ঠীসমূহৰ মূল্যায়ন সম্পূৰ্ণ হৈছে।

৩. ২০০৫ চনৰ জুলাই মাহত শিপা আৰু অংকুৰ প্ৰকল্পৰ সফল পৰিসমাপ্তি ঘটিছে।