১. এই আঁচনিখন অৰ্থনৈতিকভাৱে আৰু পৰিবেশগতভাৱে গুৰুত্পূৰ্ণ প্ৰজাতিসমূহক অন্তৰ্ভুক্ত কৰি উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা প্ৰাণীকূল আৰু উদ্ভিদকূলৰ নিৰ্বাচিত প্ৰজাতিসমূহক সংৰক্ষণ কৰিবলৈ আৰু এইসমূহৰ দেহতত্ব, পৰিবেশবিদ্যা, বংশগতি আৰু কৃষি-প্ৰযুক্তিবিদ্যা সন্দৰ্ভত তথ্য সৃষ্টি কৰিবলৈ পৰিচালনা কৰা হৈছিল।
২. নলবাৰী, দৰং, নগাঁও আৰু তিনিচুকীয়া – এই চাৰিখন জিলাৰ বিদ্যালয়ৰ শিপা আৰু অংকুৰ গোষ্ঠীসমূহৰ মূল্যায়ন সম্পূৰ্ণ হৈছে।
৩. ২০০৫ চনৰ জুলাই মাহত শিপা আৰু অংকুৰ প্ৰকল্পৰ সফল পৰিসমাপ্তি ঘটিছে।