মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

পৃথিৱীৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষ

১. গুৱাহাটীত ২০০৭ চনৰ ১১ আৰু ১২ নৱেম্বৰত সকলো উত্তৰ-পূবৰ ৰাজ্যৰ বাবে পৰিবেশ – পানী সাক্ষৰতা প্ৰচাৰ অভিযানৰ ওপৰত এখন সভা অনুষ্ঠিত হৈছিল।
২. গুৱাহাটী, অল ইণ্ডিয়া ৰেডিঅৰ পৰা পৃথিৱীৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষৰ স্মৃতিৰক্ষাৰ উদ্দেশ্যে ২৬টা খণ্ডৰ ৰেডিঅ চিৰিয়েল সেউজী ধৰণী ধুনীয়া প্ৰচাৰিত হৈছিল।