মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ

পৰিবেশগত সজাগতা আৰু জৈৱ-সম্পদসমূহৰ সংৰক্ষণৰ মুখ্য উদ্দেশ্যসমূহ-

      • পৰিবেশগত সজাগতা প্ৰচাৰ কৰা আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত পৰিবেশগত সম্পদসমূহৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে ইচ্ছা প্ৰোথিত কৰা।

      • ৰাজ্যখনৰ সংপৃক্ত স্থানীয় বিশেষ পৰিবেশগত তথ্যসমূহ একত্ৰিত কৰা।
      • বিভিন্ন চৰকাৰী আৰু অনা-চৰকাৰী সংস্থাসমূহ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় সহযোগিতাৰে প্ৰভাৱ অধ্যয়ন তথা বিশ্লেষণকে ধৰি পৰিবেশগত অধ্যয়নৰ বাবে আগ্ৰহ জগাই তোলা আৰু গৱেষণাসমূহ পৰিচালনা কৰা।