মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
আলোচনাচক্ৰ আৰু কৰ্মশালা

২০০৭-২০০৮ চনত অনুষ্ঠিত আলোচনাচক্ৰ, সভা আৰু কৰ্মশালা

১. কটন মহাবিদ্যালয়ৰ উদ্ভিদতত্ব বিভাগত ২০০৭ চনৰ ৩-৫ মে লৈ অনুজীৱৰৰাষ্ট্ৰীয় দিকদৰ্শী কৰ্মসালা ৰাজ্যিক সমল ব্যক্তিৰ বাবে নিৰীক্ষণ কৰো আহা আৰু শিকো আহা অনুষ্ঠিত কৰা হৈছিল।
২. ২০০৭ চনৰ ২৩-২৪ জুন তাৰিখে গুৱাহাটীৰ অভিযন্তাৰ শিক্ষানুষ্ঠান (ভাৰত)ত নয়দাৰ বিজ্ঞান প্ৰচাৰৰ দ্বাৰা সমৰ্থিত অসম ৰাজ্যৰ ৰেডিঅ বিজ্ঞান ধাৰাবাহিক সম্পৰ্কে দিক-দৰ্শন তথা কৰ্মশালা অনুষ্ঠিত হৈছিল।
৩. নলবাৰীৰ বৰভাগত, বিভিন্ন স্থানীয় পৰিৱেশৰ নিৰ্দিষ্ট সমস্যাসমূহ আৰু ই.এন.ভি.আই.এছ. অসম কেন্দ্ৰৰ সজাগতা/কাৰ্যকলাপ এখন এদিনীয়া সংবেদনশীলতাৰ কৰ্মশালা অনুষ্ঠিত হৈছিল।
৪. গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ প্ৰাঙ্গনত ২০০৭ চনৰ ১৬ জুলাই তাৰিখে অল ইণ্ডিয়া ৰেডিঅ, গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত হবলগীয়া ভিপি. ৰেডিঅ ধাৰাবাহিক সম্পৰ্কে চিত্ৰনাট্য লিখকৰ দিকদৰ্শনৰ ওপৰত এখন এদিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছিল।
৫. শিৱসাগৰৰ শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ত বিভিন্ন স্থানীয় পৰিৱেশ সম্পৰ্কীয় সমস্যা আৰু ই.এন.ভি.আই.এছ. অসম কেন্দ্ৰৰ কাৰ্যকলাপ/সজাগতাৰ ওপৰত এখন এদিনীয়া সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত হৈছিল।
৬. ২০০৭ চনৰ ২৫-২৬ অক্টোবৰলৈ গুৱাহাটীৰ অভিযন্তাৰ শিক্ষানুষ্ঠান (ভাৰত)ত নয়দাৰ বিজ্ঞান প্ৰচাৰৰ সমৰ্থনত মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ বাবে শ্বাৱ্য বিজ্ঞান ধাৰাবাহিকৰ ওপৰত প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত হৈছিল।
৭. ২০০৭ চনৰ ২৮ৰ পৰা ৩১ অক্টোবৰলৈ লামদিঙত ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছিল।