মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

এ.বি.আৰ.চি.ত আধুনিককেকটাছ গৃহ স্থাপনৰ দ্বাৰা কেকটাৰ খেতি

১. বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত ২০১১-১২ চনৰ সময়ছোৱাত ৰূপায়িত হোৱা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এয়া হল এক এবছৰীয়া আঁচনি।

২. মদন কামদেৱৰ অসম জৈৱ সম্পদ কেন্দ্ৰত ২০০ বৰ্গ মিটাৰ আকাৰৰ এটা আধুনিক কেকটাছ গৃহ নিৰ্মাণ কৰা হৈছে।

৩. বিভিন্ন প্ৰজাতিৰ কেকটাছ সংগ্ৰহ কৰা হৈছে আৰু কেকটাছ গৃহটোত চিনাকি কৰি দিয়া হৈছে।

৪. বিভিন্ন প্ৰজাতিৰ কেকটাছৰ বংশবৃদ্ধি অব্যাহত আছে।