মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

সংগ্ৰহ, বৈশিষ্ট্য প্ৰদান, অসমৰ কৃষি জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণ-

১. বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত ২০১০-১১ চনৰ সময়ছোৱাত ৰূপায়িত হোৱা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এয়া হল এক এবছৰীয়া আঁচনি।
২. সঠিক কাগজ-পত্ৰ সহিতে থলুৱা প্ৰকাৰসমূহৰ ধান সংগ্ৰহ।
৩. সংগৃহিত থলুৱা প্ৰকাৰসমূহৰ ধনৰ বৈশিষ্ট্য প্ৰদান সম্পূৰ্ণ।
৪. প্ৰগতিশীল খেতিয়কসকলক জড়িত কৰি অসমৰ কৃষি জৈৱ-বৈচিত্ৰ্যতা সংৰক্ষণৰ বাবে এলানি কৰ্মশালা আৰু প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছিল।