মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰধান উদ্দেশ্যসমূহ হল-

      • আৰ্থ-সামাজিক উন্নয়ন প্ৰাপ্তিৰ বাবে যিসমূহ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক উপযোগ কৰিব পাৰি, সেই ক্ষেত্ৰসমূহ চিনাক্ত কৰা।
      • গৱেষণা আৰু উন্নয়ন প্ৰকল্পসমূহলৈ সমৰ্থন, উন্নয়ন আৰু সহযোগিতা আগবঢ়োৱা।
      • সকলো শাখাৰ মানুহ আৰু শিশুৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়প্ৰিয়তা উন্নীতকৰণ আৰু বৈজ্ঞানিত মানসিকতা তথা আচৰণৰ উন্নতি কৰা।

             

       
            অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিসমূহ হল-