মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

এই কাৰ্যকলাপৰ ক্ষেত্ৰখনৰ অধীনৰ এইটো হল এটা অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান। অসমৰ গ্ৰামীণ অঞ্চলত অৱস্থিত বিদ্যালয় বিজ্ঞান কেন্দ্ৰসমূহক জড়িত কৰি প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনা এই অনুষ্ঠানটো আয়োজিত কৰা হয় আৰু সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান/বিশ্ববিদ্যালয়/সংস্থা আৰু বেচৰকাৰী সংস্থাসমূহক এন.এছ.ডি.ৰ অধীনত কাম-কাজসমূহ গ্ৰহণ কৰিবলৈ উত্সাহিত কৰা হয়। বিজ্ঞান দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল ভাৱেৰে নতুন দিল্লীৰ এন.চি.এছ.টি.চি.ৰ পৰামৰ্শাৱলী অনুসৰি ৰাজ্যখনত ইয়াক পালন কৰা হয়।

ৰাজ্যখনত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা কেইটামান সংস্থাৰ নাম তলত উল্লেখ কৰা হল-

ইকো ক্লাৱ, ধেমাজি মহাবিদ্যালয়, ধেমাজি; ডিক্ৰং উপত্যকা পৰিৱেশ আৰু গ্ৰামীণ উন্নয়ন সমাজ, ১নং বৰপথাৰ গোঁসাইবাৰী, লখিমপুৰ; উত্তৰ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ; জে.এন. মহাবিদ্যালয় বিজ্ঞান সমাবেশ, বকো; প্লাজমা পদাৰ্থ বিজ্ঞান কেন্দ্ৰ, সোণাপুৰ; যোৰহাট জিলা শিশু বিজ্ঞান একাডেমি, যোৰহাট-১; জন বিজ্ঞান একাডেমি, ৰঙিয়া; ধেমাজি বিদ্যালয় বিজ্ঞান কেন্দ্ৰ, ধেমাজি; ৱাৰিঅৰ, গুৱাহাটী; লুইতপৰীয়া যুৱ স্বেচ্ছাসেৱী সমিতি, বশিষ্ঠ, গুৱাহাটী; ভাৰত জন বিজ্ঞান যাত্ৰা, গুৱাহাটী; হামৰেণ বিজ্ঞান সমাজ, কাৰ্বি আংলং; দৰ্পণ খানাপাৰা, গুৱাহাটী; স্কৰপিঅ, গুৱাহাটী; কামৰূপ বিদ্যাপীঠ হাইস্কুল, বৰপলহা; গ্ৰীণ হেৰিটেজ, লখিমপুৰ; বৈদ্যুতিন বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; বিষ্ণুজ্যোতি জনকল্যাণ সমিতি, নলবাৰী; চায়েন্স কমিউনিকেটৰছ ফৰাম, বিদ্যাপুৰ, গুৱাহাটী; যুনিভাৰ্চিটী চায়েন্স ফৰাম, জালুকবাৰী, গুৱাহাটী; অসম বিজ্ঞান লিখক সংস্থা, পল্টন বজাৰ, গুৱাহাটী; সদৌ অসম মাধ্যমিক বিদ্যালয় বিজ্ঞান শিক্ষক সংস্থা, ধুবুৰী গ্ৰামীণ বিজ্ঞান সমাজ, ধুবুৰী; অসম বিজ্ঞান মহাসভা সংস্থা, লখিমপুৰ; অংশ (এ.এন.জি.এছ.এইচ.এ.), ছচাইটী ফৰ ৰুৰেল এণ্টাৰপ্ৰিনিয়ুৰশ্বিপ য়ুথ এডভান্সমেণ্ট, গ্ৰীণ শ্বিল্ড (এন.ই.), দিছপুৰ, গুৱাহাটী; গুৱাহাটী মহাবিদ্যালয়, নিউ গুৱাহাটী; মানৱ বিকাশ সমাজ, নগাঁও, পৃথিৱী, ৰঙিয়া; পৰিবেশগত পানী ব্যৱস্থাপনা সংস্থা, সপ্তৰ্ষি, দৰং; অভিযন্তাৰ প্ৰতিষ্ঠান, পানবজাৰ; অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, জালুকবাৰী, গুৱাহাটী; ললিত ডেকা ছোৱালী হাইস্কুল, কমাখ্যা গেট, গুৱাহাটী; বিশ্বজিত মহিলা সমিতি, বৰপেটা; ৰণদিয়া যুৱ কেন্দ্ৰ, ৰঙিয়া, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা; দন্দুৱা হাইস্কুল, মৰিগাঁও; জন বিকাশ, পুথিমাৰী; চায়েন্স কমিউনিকেটৰছ ফৰাম, বৰভাগ, নলবাৰী।