মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

উদ্ভাৱন, প্ৰযুক্তিবিদ্যা সৃষ্টি আৰু সজাগতা

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ৰাজ্যখনৰ উদ্ভাৱন (ব্যক্তি) আৰু অনুষ্ঠানসমূহৰ দ্বাৰা সক্ষমতা নিৰ্মাণ আৰু প্ৰযুক্তিবিদ্যা সৃষ্টিত সমৰ্থন যোগাই আহিছে। এই বিভাগৰ কাৰ্যকলাপসমূহৰ ভিতৰত উদ্ভাৱন, প্ৰযুক্তিবিদ্যা সৃষ্টি আৰু সজাগতা অন্তৰ্ভুক্ত। সজাগতা অনুষ্ঠানৰ লক্ষ্যসমূহ হল-

  1. বিত্তীয় আৰু প্ৰায়োগিক সমৰ্থন প্ৰদানৰ দ্বাৰা ৰাজ্যখনৰ উদ্ভাৱনক উত্সাহিত কৰা।
  2. তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলৰ মাজত প্ৰযুক্তিবিদ্যা সৃষ্টি, উন্নয়নৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা।
  3. স্বত্ব প্ৰাপ্তিৰ বাবে উদ্ভাৱকসকলক সহায় কৰা।