মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

বিদ্যালয় বিজ্ঞান কেন্দ্ৰ

কলকাতাৰ বিজ্ঞান সংগ্ৰহালয়ৰ ৰাষ্ট্ৰীয় পৰিষদৰ সহযোগিতাৰে ২৮টা বিদ্যালয় বিজ্ঞান কেন্দ্ৰৰ এক সূত্ৰ অসমৰ সকলো জিলা সামৰি স্থাপন কৰা হৈছিল। বিদ্যালয় বিজ্ঞান কেন্দ্ৰ হল প্ৰাথমিকভাৱে দ্বৈত দৃষ্টিভঙ্গীমূলক লক্ষ্যৰে বিদ্যালয়সমূহত স্থায়ীভাৱে স্থাপিত কাৰ্যমুখী অনুষ্ঠান।

  • বিদ্যালয় বিজ্ঞান অনুষ্ঠান, যিয়ে শিকন আৰু কাৰ্যকৰীকৰণ পদ্ধতিৰে বিদ্যালয়সমূহত বিজ্ঞান শিক্ষাৰ উন্নতকৰণৰ কল্পনা কৰে। আৰু
  • সমূহীয়া বিজ্ঞান অনুষ্ঠান, যাৰ জৰিয়তে বিদ্যালয় বিজ্ঞান কেন্দ্ৰক কেন্দ্ৰ কৰি তেওঁলোকৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ পদ্ধতি প্ৰয়োগ কৰিবলৈ গ্ৰামীণ সম্প্ৰদায়ক সহায় কৰিবলৈ আশা কৰা হয়।