মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

গ্ৰামীণ প্ৰযুক্তিবিদ্যা কেন্দ্ৰ

অসমৰ গ্ৰামীণ অঞ্চলসমূহত প্ৰয়োজন অনুসৰি প্ৰযুক্তিবিদ্যা সৃষ্টি, আহৰণ আৰু স্থাপন কৰাৰ লক্ষ্যৰে এই বিভাগৰ ই হল এটা চলিত প্ৰকল্প। এই আঁচনিৰ অধীনৰ কাৰ্যকলাপসমূহ বিভাগৰ আন্তঃপদ্ধতিত গ্ৰহণ কৰাৰ লগতে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত কেন্দ্ৰভিত্তিক সুবিধাসমূহৰ জৰিয়তে গ্ৰহণ কৰা হয়, যিটো অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ-এ.ই.চি. গ্ৰামীণ প্ৰযুক্তিবিদ্যা কেন্দ্ৰ হিচাপে অগ্ৰসৰ হৈছে।

গৃহীত কাৰ্যসূচীসমূহ

  • নলবাৰী, যুৱ সমাজৰ দ্বাৰা বৈদ্যুতিন নিয়ন্ত্ৰণ ব্যৱস্থাৰ সহযোগিতাৰে বাঁহ শিল্পৰ আৰ্হি প্ৰস্তুত আৰু উন্নয়ন।
  • ভৱেশ শৰ্মাৰ দ্বাৰা সৌৰ জগতৰ (গ্ৰহৰ আৱৰ্তন) বাবে প্ৰশিক্ষণ সাহায্যৰ উন্নয়ন।