মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

অসমত পৰীক্ষামূলক প্ৰদৰ্শন ভিত্তিক চেৰামিক মেমব্ৰেন আইৰণ আঁতৰকৰণ কুঠী

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৃষ্ঠপোষকতাৰ অধীনত কলকাতাৰ কেন্দ্ৰীয় গ্লাছ আৰু চেৰামিক গৱেষণা প্ৰতিষ্ঠানৰ সহযোগিতাৰে প্ৰদৰ্শনমূলক উদ্দেশ্যেৰে অসমৰ গুৱাহাটীৰ বেলতলাৰ শান্তি সাধনা আশ্ৰমত এটা আৰু গুৱাহাটীৰ জি.এছ. ৰোডৰ এ.এছ.টি.ই. পৰিষদ প্ৰাঙ্গনত অন্য এটা সৰ্বমুঠ দুটা আইৰণ আঁতৰকৰণৰ কুঠী স্থাপনৰ কাম আৰম্ভ হৈছে।