মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

অসমৰ ভাৰতীয় মান সময়ৰ প্ৰচাৰৰ সুবিধাসমূহ

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৃষ্ঠপোষকতাৰ অধীনত আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পদাৰ্থবিদ্যাগত গৱেষণাগাৰৰ সহযোগিতাত অসমৰ সকলো শাখাৰ মানুহৰ বাবে ভাৰতীয় মান সময়ৰ প্ৰচাৰৰ বাবে, পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে সুবিধা স্থাপন কৰিছে। পৰিষদে এনে টৈলি ঘড়ীৰ চেটসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ, শোণিতপুৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, কৰিমগঞ্জ জিলা পৰিষদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰত্যেকতে এটাকৈ স্থাপন কৰিছে।