মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

বিদ্যালয়সমূহত বিজ্ঞান আৰু অংকৰ সহায়ক

বিদ্যালয়সমূহত বিজ্ঞান আৰু অংকৰ সহায়ক নিয়োগ কৰা হৈছে। তেওঁলোকৰ লক্ষ্যসমূহ হৈছে-

  1. মধ্য আৰু উচ্চ বিদ্যালয়সমূহত অংক আৰু বিজ্ঞানৰ শিক্ষা উন্নত কৰা।
  2. বিদ্যালয় পৰ্যায়ত বিজ্ঞান আৰু অংক অনুসৰণ কৰাত সহায় হিচাপে কাৰ্য কৰিবলৈ উদ্ভাৱনমূলক অংক আৰু বিজ্ঞান শিক্ষকৰ এক নিধি গঠন কৰা।