মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
ভূমি ব্যৱহাৰ

ভূমি ব্যৱহাৰ ভূমি আৱৰণৰ মেপিং

ক. ১:২৫০০,০০০ অনুপাতত (১৯৯০) অসমৰ জিলাভিত্তিক ভূমি ব্যৱহাৰ/ভূমি আৱৰণ মেপ।
খ. ভাৰত চৰকাৰৰ এন.আৰ.এছ.ই.ৰ দ্বাৰা পৃষ্ঠপোষকিত এন.আৰ.চি. প্ৰকল্পৰ অধীনত ১:৫০,০০০ অনুপাত স্কেলত (২২০৫-২০০৬) অসমৰ জিলাভিত্তিক ভূমি ব্যৱহাৰ/ভূমি আৱৰণ মেপ।
গ. ভাৰত চৰকাৰৰ এন.আৰ.এছ.ই.ৰ দ্বাৰা পৃষ্ঠপোষকিত এছ.আই.এছ.-ডি.পি. প্ৰকল্পৰ অধীনত ১:১০,০০০ অনুপাত স্কেলত (২০০৪) অসমৰ জিলাভিত্তিক ভূমি ব্যৱহাৰ/ভূমি আৱৰণ মেপ।
ঘ. আই.এফ.এ.ডি.ৰ দ্বাৰা পৃষ্ঠপোষকিত ১:৫০,০০০ অনুপাত স্কেলত (২০০৪) অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ঝুম খেতিৰ বিশেষ প্ৰসঙ্গৰে ভূমি ব্যৱহাৰ/ভূমি আৱৰণ বিশ্লেষণ।
ঙ. এ.এছ.টি.ই.চি.ৰ দ্বাৰা পৃষ্ঠপোষকিত ১:২৫,০০০ অনুপাত স্কেলত গুৱাহাটী মহানগৰীৰ ওচৰৰ দীপৰ বিলৰ ভূমি ব্যৱহাৰৰ মেপ (১৯৯৩)।
চ. ১:৫০,০০০ স্কেলত ধেমাজি জিলাৰ ভূমি সম্পদৰ মেপিং (১৯৯৬)।