মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

দূৰৱৰ্তী সংবেদন কৌশল ব্যৱহাৰ কৰি পাহাৰীয়া অঞ্চলসমূহত উদ্যানশস্য উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ শস্য ব্যৱস্থাৰ অধ্যয়ন

উদ্দেশ্যসমূহ

  • বৰ্তমানৰ শস্য ব্যৱস্থা দেখুওৱা মেপ প্ৰস্তুতি।
  • ভূমিৰ ধাতু সংক্ৰান্তীয় মেপৰ প্ৰস্তুতি
  • বিভিন্ন শস্যৰ বাবে ভূমি উপযোগিতা মেপৰ প্ৰস্তুতি।

কাৰ্যকলাপ

  • উপগ্ৰহ তথ্য, ভূমিৰ নুমনা সংগ্ৰহ আৰু বিশ্লেষণ তথা প্ৰতিৱিম্ব ব্যাখ্যাৰ আহৰণেৰে প্ৰকল্পটো অব্যাহত আছে।