মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

দূৰৱৰ্তী সংবেদন

তলত দিয়া লক্ষ্যসমূহৰ সৈতে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ অধীনত দূৰৱৰ্তী সংবেদন বিভাগ (অসম দূৰৱৰ্তী সংবেদন প্ৰয়োগ কেন্দ্ৰ) স্থাপন কৰা হৈছিল।

  • ৰাজ্যখনত প্ৰাকৃতিক সম্পদসমূহ ব্যৱস্থাপনাৰ বাবে দূৰৱৰ্তী সংবেদন কৌশল আৰু সেইসমূহৰ প্ৰয়োগ উন্নীত কৰা।
  • ব্যৱহাৰকাৰী সংস্থাসমূহলৈ প্ৰশিক্ষণ আৰু সেৱা প্ৰদান।
  • আই.এছ.ঈ(ইছৰো)ৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা ব্যৱস্থাৰ দ্বাৰা আৰম্ভ কৰা বিভিন্ন ৰাষ্ট্ৰীয় অভিযানত অংশীদাৰী প্ৰতিষ্ঠান হিচাপে কাৰ্য কৰা।
  • দূৰৱৰ্তী সংবেদন আৰু ভৌগোলিক বাৰ্তা ব্যৱস্থা (জি.আই.এছ.) ব্যৱহাৰ কৰি স্থান সংক্ৰান্তীয় (মেপ) আৰু অ-স্থান সংক্ৰান্তী (চিহ্ন) দুয়ো ধৰণতে গৱেষণাৰ তথ্য সৃষ্টি কৰা।

        দূৰ সংবেদনৰ অধীনত বিভিন্ন কাৰ্যকলাপ আৰু অনুষ্ঠানসমূহ হৈছে-