মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
কৃষি আৰু ভূমি

ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয় আৰু কৃষক কল্যাণৰ দ্বাৰা পৃষ্ঠপোষিত শস্য সংগ্ৰহৰ প্ৰাক্-কালত শস্য ভূমি আৰু উত্পাদনৰ অনুমানৰ(এফ.এ.এছ.এ.এল.) এক নিয়মীয়া প্ৰকল্প

ক) সমগ্ৰ অসমৰ কাৰণে ৰাডাৰ উপগ্ৰহ তথ্যৰ ব্যৱহাৰ কৰি জিলাভিত্তিত শস্য সংগ্ৰহৰ প্ৰাক্-কালত শস্য ভূমি আৰু উত্পাদনৰ অনুমান কৰা।
খ) অসমৰ কিছুমান মৰাপাটৰ খেতি কৰা জিলাত মৰাপাট সংগ্ৰহৰ প্ৰাক্-কালত শস্য ভূমি আৰু উত্পাদনৰ অনুমান কৰা।