মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

প্ৰকাশন

  • অপৰম্পৰাগত শক্তিৰ কেইবিধমান আহিলা – অপৰম্পৰাগত শক্তি উত্সৰ কেইটামান ব্যৱস্থাৰ ওপৰত এখন ইস্তাহাৰ বা ক্ষুদ্ৰ পুস্তিকা।
  • বাটিক আৰু বন্ধনী শিকো আঁহক – (১৯৯০) – বাটিক পেইণ্টিং শিকোৱাৰ বাবে চয়নিকা ৰাজখোৱা (চক্ৰৱৰ্তী)ৰ এখন অসমীয়া কিতাপ।
  • বিজুলীৰ কথা (১৯৯২) – বিদ্যুতৰ ওপৰত এখন অসমীয়া পুস্তিকা।
  • কাফুলাৰ খেতি (১৯৯৩) – কাঠফুলা খেতিৰ ওপৰত এখন অসমীয়া পুস্তিকা।
  • অসমৰ স্তন্যপায়ী জীৱ চিনাক্তকৰণ কৰা তালিকা (১ম প্ৰকাশন ১৯৯৪, ২য় প্ৰকাশন – ১৯৯৭) আনুৱাৰউদ্দিন চৌধুৰী।
  • তাবট কৰিব পৰা বনদৰৱ (১৯৯৫) – গুণাৰাম খনিকৰদেৱৰ তাবট কৰিব পৰা বন দৰৱৰ ওপৰত এখন অসমীয়া কিতাপ।
  • জৈৱ-বৈচিত্ৰ্য আৰু সংৰক্ষণ (১৯৯৫) – জৈৱ-বৈচিত্ৰ্যৰ ওপৰত এখন অসমীয়া পুস্তিকা।
  • উন্নত টৌকাৰ ওপৰত এখন প্ৰশিক্ষক পুস্তিকা বা সাৰগ্ৰন্থ, তিনিটা ভাষাত প্ৰকাশিত – অসমীয়া, ইংৰাজী আৰু বেংগলী। (১৯৯৯)
  • হস্তীকথা (২০০১) – হাতীৰ ওপৰত ভূপেন্দ্ৰনাথ তালুকদাৰৰ এখন অসমীয়া কিতাপ
  • উন্নত ধান বনা প্ৰক্ৰিয়া (২০০২) – আধুনিক ধান খুন্দা ব্যৱস্থাৰ ওপৰত এখন অসমীয়া পুস্তিকা।
  • জিনি আলংপাৱ জয়াবা বিমাৰ বুথু (২০০২) – ডিমাছা ভাষাত সাধাৰণ বেমাৰৰ ওপৰত ডাঃ অতুলচন্দ্ৰ পাটোৱৰী আৰু ডাঃ চবিতা পাটোৱাৰীৰ, শ্ৰীমতী নিৰুপমা হাগজেৰে অনুবাদ কৰা এখন কিতাপ।
  • আৱৰ্জনাৰ পৰা সম্পদ (২০০২) – পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ তৈয়াৰীৰ ওপৰত পৱিত্ৰ কুমাৰ শৰ্মাৰ এখন অসমীয়া কিতাপ।
  • আমাৰ গছ-গছনি (২০০২) – স্কুলীয়া শিশুৰ বাবে, জৈৱ-বৈচিত্ৰ্যতা অধ্যয়নৰ ওপৰত, অসমীয়াত এখন টোকাবহী।
  • আমাৰ গছগছনি (২০০২) – স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে জৈৱি-বৈচিত্ৰ্যৰ ওপৰত এখন তথ্য সংগৃহীত কিতাপ।
  • মানৱ সেৱাত বিজ্ঞান (২০০৩) – মানৱ জাতিৰ সেৱাত বিজ্ঞান বিষয়টোক লৈ শ্ৰী পৱিত্ৰ কুমাৰ শৰ্মাৰ এখন অসমীয়া কিতাপ।
  • পানী (২০০৩) – অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন পুস্তিকা।
  • অসমৰ উদ্ভিদ জগত – সংবহনতান্ত্ৰিক উদ্ভিদৰ বৰ্তমানৰ স্থিতি। (২০০৫)
  • ৰাজ্যৰ পৰিবেশ সম্পৰ্কীয় প্ৰতিবেদন, অসম (২০০৬)
  • ই.এন.ভি.আই.এছ. সংবাদ পত্ৰ, তিনিমহীয়া পত্ৰিকা।