মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ

অসমৰ প্ৰতিটো খণ্ডতে একোটাকৈ প্ৰতিষ্ঠা কৰা মুঠ ২১৯ টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্দেশ্য হলঃ
(১) ৰাজ্যৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু লগতে সমাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰা।
(২) বিভিন্ন কাৰ্যক্ৰম আৰু পৰীক্ষণৰ জৰিয়তে বিজ্ঞান শিক্ষাক ৰোমাঞ্চক কৰি তোলা।
(৩) বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰা।