সহযোগিতা
- কেন্দ্ৰীয় চৰ্ম গৱেষণা প্ৰতিষ্ঠান, চেন্নাই
- কেন্দ্ৰীয় খাদ্য আৰু প্ৰায়োগিক গৱেষণা প্ৰতিষ্ঠান, মাইচোৰ
- কেন্দ্ৰীয় কাচ আৰু চীনামাটি গৱেষণা প্ৰতিষ্ঠান, কলকাতা
- বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, নতুন দিল্লী
- জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ
- পৰিবেশ আৰু বন বিভাগ, অসম চৰকাৰ
- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম চৰকাৰ
- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ
- মহাকাশ বিভাগ, ভাৰত চৰকাৰ
- পৰিৱেশ সুৰক্ষা প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান, হায়দৰাবাদ
- ভাৰতীয় দূৰৱৰ্তী সংবেদন প্ৰতিষ্ঠান, ডেৰাডুন
- ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
- ভাৰতীয গ্ৰীষ্মমণ্ডলীয় বায়ুবিজ্ঞান প্ৰতিষ্ঠান, পুণে
- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত অধ্যয়ন প্ৰতিষ্ঠান, গুৱাহাটী
- বৈদ্যুতিন সংক্ৰান্ত পদাৰ্থবিদ্যা আৰু ৰেডিঅ পদাৰ্থবিদ্যা প্ৰতিষ্ঠান, কলকাতা
- পৰিবেশ আৰু বন মন্ত্ৰালয়, ভাৰত চৰকাৰ
- খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়, ভাৰত চৰকাৰ
- ৰাষ্ট্ৰীয় উদ্ভিদ বিদ্যা সংক্ৰান্ত গৱেষণা প্ৰতিষ্ঠান, লক্ষ্ণৌ
- ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ, কলকাতা
- ৰাষ্ট্ৰীয় দূৰৱৰ্তী সংবেদন সংস্থা, হায়দৰাবাদ
- ৰাষ্ট্ৰীয় জাহাজ আৰ্হি নিৰ্মাণ আৰু গৱেষণা প্ৰতিষ্ঠান, চেন্নাই
- এন.চি.এছ.টি.চি. নেটৱৰ্ক, নতুন দিল্লী
- এ.এছ.টি.ই. পৰিষদৰ সৈতে নিভৃত সহযোগিতাৰে কাৰ্যৰত বেচৰকাৰী সংস্থাসমূহ
- উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, পূৰ্বৰ RRL, যোৰহাট
- উত্তৰ-পূব পৰিষদ, শ্বিলং
- উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ, শ্বিলং
- অনলাইন টেলিমেডিচিন গৱেষণা প্ৰতিষ্ঠান, আহমেদাবাদ
- আঞ্চলিক বায়ু বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
- আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
- দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদসমূহ/ৰাজ্যিক বিভাগসমূহ
- মহাকাশ প্ৰয়োগ কেন্দ্ৰ, আহমেদাবাদ
- প্ৰযুক্তিবিদ্যা তথ্য পূৰ্বানুমান আৰু মূল্যায়ন পৰিষদ DST, ভাৰত চৰকাৰ
- অসমৰ বিশ্ববিদ্যালয়সমূহ, শিক্ষায়তনিক প্ৰতিষ্ঠানসমূহ, গৱেষণা আৰু উন্নয়ন সংস্থাসমূহ
- বিজ্ঞান প্ৰচাৰ, নয়দা
- প্ৰকৃতিৰ বাবে বিশ্ব জোৰা নিধি ভাৰত উত্তৰ-পূব অধ্যায়, গুৱাহাটী