মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

সহযোগিতা

  • কেন্দ্ৰীয় চৰ্ম গৱেষণা প্ৰতিষ্ঠান, চেন্নাই
  • কেন্দ্ৰীয় খাদ্য আৰু প্ৰায়োগিক গৱেষণা প্ৰতিষ্ঠান, মাইচোৰ
  • কেন্দ্ৰীয় কাচ আৰু চীনামাটি গৱেষণা প্ৰতিষ্ঠান, কলকাতা
  • বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, নতুন দিল্লী
  • জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ
  • পৰিবেশ আৰু বন বিভাগ, অসম চৰকাৰ
  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম চৰকাৰ
  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ
  • মহাকাশ বিভাগ, ভাৰত চৰকাৰ
  • পৰিৱেশ সুৰক্ষা প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান, হায়দৰাবাদ
  • ভাৰতীয় দূৰৱৰ্তী সংবেদন প্ৰতিষ্ঠান, ডেৰাডুন
  • ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
  • ভাৰতীয গ্ৰীষ্মমণ্ডলীয় বায়ুবিজ্ঞান প্ৰতিষ্ঠান, পুণে
  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত অধ্যয়ন প্ৰতিষ্ঠান, গুৱাহাটী
  • বৈদ্যুতিন সংক্ৰান্ত পদাৰ্থবিদ্যা আৰু ৰেডিঅ পদাৰ্থবিদ্যা প্ৰতিষ্ঠান, কলকাতা
  • পৰিবেশ আৰু বন মন্ত্ৰালয়, ভাৰত চৰকাৰ
  • খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়, ভাৰত চৰকাৰ
  • ৰাষ্ট্ৰীয় উদ্ভিদ বিদ্যা সংক্ৰান্ত গৱেষণা প্ৰতিষ্ঠান, লক্ষ্ণৌ
  • ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ, কলকাতা
  • ৰাষ্ট্ৰীয় দূৰৱৰ্তী সংবেদন সংস্থা, হায়দৰাবাদ
  • ৰাষ্ট্ৰীয় জাহাজ আৰ্হি নিৰ্মাণ আৰু গৱেষণা প্ৰতিষ্ঠান, চেন্নাই
  • এন.চি.এছ.টি.চি. নেটৱৰ্ক, নতুন দিল্লী
  • এ.এছ.টি.ই. পৰিষদৰ সৈতে নিভৃত সহযোগিতাৰে কাৰ্যৰত বেচৰকাৰী সংস্থাসমূহ
  • উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, পূৰ্বৰ RRL, যোৰহাট
  • উত্তৰ-পূব পৰিষদ, শ্বিলং
  • উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ, শ্বিলং
  • অনলাইন টেলিমেডিচিন গৱেষণা প্ৰতিষ্ঠান, আহমেদাবাদ
  • আঞ্চলিক বায়ু বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
  • আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
  • দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদসমূহ/ৰাজ্যিক বিভাগসমূহ
  • মহাকাশ প্ৰয়োগ কেন্দ্ৰ, আহমেদাবাদ
  • প্ৰযুক্তিবিদ্যা তথ্য পূৰ্বানুমান আৰু মূল্যায়ন পৰিষদ DST, ভাৰত চৰকাৰ
  • অসমৰ বিশ্ববিদ্যালয়সমূহ, শিক্ষায়তনিক প্ৰতিষ্ঠানসমূহ, গৱেষণা আৰু উন্নয়ন সংস্থাসমূহ
  • বিজ্ঞান প্ৰচাৰ, নয়দা
  • প্ৰকৃতিৰ বাবে বিশ্ব জোৰা নিধি ভাৰত উত্তৰ-পূব অধ্যায়, গুৱাহাটী