
আই.পি.আৰ. নথিভুক্তকৰণ সাহায্যৰ বাবে কৃৰ্তিস্বত্ব তথ্য কেন্দ্ৰ-অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ কাৰ্যপ্ৰবাহ

কৃৰ্তিস্বত্ব তথ্য কেন্দ্ৰ-অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদৰ সফলতাসমূহ (২০০৩-২০১৭)
- নথিভুক্ত কৃৰ্তিস্বত্ব – ৬৮
- মঞ্জুৰীকৃত কৃৰ্তিস্বত্ব – ৬
- পৰিচালিত কৃৰ্তিস্বত্ব সন্ধান – ১৪৯
- নথিভুক্ত ভৌগোলিক সূচক – ১ (১১৫টা অনুমোদিত ব্যৱহাৰকাৰীৰ সৈতে অসমৰ মুগা পাট)
- ভৌগোলিক সূচক নথিভুক্তকৰণৰ সাহায্য – ১ (বোকা চাউল)
- নথিভুক্ত স্বত্বাধিকাৰ – ১২
- পঞ্জীকৃত স্বত্বাধিকাৰ – ৫
- নথিভুক্ত আৰ্হি – ৩
- নথিভুক্ত ট্ৰেডমাৰ্ক – ৬
- ট্ৰেডমাৰ্ক সন্ধান – ১১
- সমৰ্থিত কৃৰ্তিস্বত্ব তথ্য কেন্দ্ৰ পৰিদৰ্শক – ১২৪০
- আই.পি.আৰ.ত সংবেদিত ব্যক্তি – ৫৭,৯০০
- অনুষ্ঠিত আই.পি.আৰ. কৰ্মশালা – ৫৩
- আই.পি.আৰ. শিবিৰ/বক্তৃতা/অধিবেশন – ১৮৪
- আই.পি.আৰ. গৱেষণা পত্ৰ – ৬
কৃৰ্তিস্বত্ব তথ্য কেন্দ্ৰ -অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদৰ জনবল
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুখ্য বিষয়া, যি লগতে কেন্দ্ৰটোৰ সংযোগী বিষয়াও, তেখেতৰ অধীনত আই.পি.আৰ.য়ে কাৰ্যনিৰ্বাহ কৰে। সম্প্ৰতি জনবল হল-
- বিজ্ঞানী – চি
- বিজ্ঞানী – বি
- প্ৰকল্প বিজ্ঞানী