মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞানৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ

বিজ্ঞানৰ জনপ্ৰিয়কৰণ অনুষ্ঠানৰ অধীনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা পৃষ্ঠপোষকতাত বিভিন্নআঁচনি অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদয়ে ৰূপায়ণ কৰি আছে। সেইসমূহ হল-

  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ– এই বিভাগৰ বিভিন্ন আঁচনিসমহ হল – খণ্ড পৰ্যায়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ স্থাপন, বিজ্ঞান আৰু গণিতৰ ব্যৱস্থাপক, উদ্ভাৱন, প্ৰযুক্তিবিদ্যা সৃষ্টি আৰু সজাগতা।
  • পৰিবেশ বিভাগ– এই বিভাগৰ অধীনৰ আঁচনিসমূহ – ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, ৰাজ্যিক জৈৱ প্ৰযুক্তিবিদ্যা কোষ, বিজ্ঞান নগৰী, গুৱাহাটী আৰু যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ, কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ,নলবাৰী আৰু লখিমপুৰত উপ-আঞ্চলিক তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ, জনপ্ৰিয় বিজ্ঞান বিষয়ৰ ওপৰত ডি.ভি.ডি. ভঁৰালৰ উন্নয়ন, জন বিজ্ঞান মেলা, মেপ শিকন কৰ্মশালা।

  • দূৰত্ব চেতনা বিভাগ– এই বিভাগৰ অধীনত ৰূপায়িত আঁচনিসমূহ হল – কৃষিজাত সম্পদ তথ্য ব্যৱস্থা (কামৰূপ আৰু মৰিগাঁও জিলা), খণ্ড পৰ্যায়ৰ সম্পদ তথ্য সংগ্ৰহ, আই আৰু বেকী নদীৰ সূতি সলনি অধ্যয়ন।