মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞানৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ

নলবাৰী আৰু উত্তৰ লখিমপুৰত উপ-আঞ্চলিক তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ

১. দুয়োটা তাৰকাগৃহৰেই ভৱন নিৰ্মাণ কাৰ্য ৯০ শতাংশ সম্পূৰ্ণ হৈছে।

২. সা-সঁজুলি আহৰণৰ প্ৰক্ৰিয়াকৰণ চলি আছে।