মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞানৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ

কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ

১. কোকৰাঝাৰ ৰাজহ মণ্ডলৰ অধীনত তিতাগুৰি অঞ্চল ২ গাঁৱত ২০০৯ চনত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ অধীনত কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হৈছিল।
২. ২০১১ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা আনুষ্ঠানিক আধাৰশিলা স্থাপন কৰা হৈছিল।
৩. দুয়োটা তাৰকা গৃহৰে ৯০ শতাংশ ভৱন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে।
৪. সা-সঁজুলিসমূহ আহৰণৰ বাবে প্ৰক্ৰিয়াকৰণ চলি আছে।