মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞানৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ

১. ৯০:১০ সজ্জাৰ বিত্ত যোগানেৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিত্তীয় সাহায্যৰ সহায়ত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ স্থাপন কৰা হৈছিল।
২. ২০০৯ চনৰ ১৩ অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে কেন্দ্ৰটো উদ্বোধন কৰিছিল।