মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

সংগঠনৰ তালিকা

সংগঠনঃ

ৰাজ্য চৰকাৰৰ দ্বাৰা এছোছিয়েছনৰ স্মাৰকপত্ৰৰ নিয়ম অনুসৰি গঠিত পৰিচালনা সংস্থাই হৈছে পৰিষদৰ একমাত্ৰ কৰ্তৃপক্ষ। সঞ্চালক হৈছে পৰিষদৰ মুখ্য কাৰ্যবাহী।

পৰিচালনা আৰু কাৰ্যবাহী সংস্থাঃ

পৰিচালনা সংস্থাত অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰিষদৰ আঁচনিৰ/ কাৰ্যকলাপ/ বাজেট প্ৰস্তুকৰণ/ পদৰ সৃষ্টি আৰু অন্যান্য সকলো পৰিষদৰ ব্যৱসায় সম্বন্ধীয় কাৰ্যকলাপৰ অনুমোদনৰ কাৰণে কৰ্তৃপক্ষ। কাৰ্যবাহী কমিটিত অসম চৰকাৰৰ আয়ুক্ত আৰু সচিবৰ অধ্যক্ষতাত পৰিচালন সংস্থাৰ সভাত দাখিল কৰাৰ পূৰ্বে পৰিষদৰ সকলো বিষয়সমূহৰ মঞ্জুৰী দিয়ে।

বিত্ত:

পৰিষদে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, পৰিবেশ আৰু বন বিভাগ, অসম চৰকাৰ, উত্তৰ-পূব পৰিষদ, শ্বিলং, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ, পৰিবেশ আৰু বন বিভাগ, ভাৰত চৰকাৰ আৰু বিভিন্ন ক্ষেত্ৰৰ ৰূপায়ন আঁচনিৰ কাৰণে অন্য পৃষ্ঠপোষিত কৰ্তৃপক্ষসমূহৰ পৰা প্ৰাপ্ত কৰা বিত্তীয় সহায়তাৰ লগতে ইয়াক চলোৱাৰ প্ৰৱন্ধন কৰে।

পৰিষদৰ প্ৰধান:

সঞ্চালক অৰ্থাত্ পৰিচালন সংস্থাৰ সদস্য সচিবেই পৰিষদৰ প্ৰধান। সঞ্চালকক তিনিজন সংমণ্ডলীয় প্ৰধান আৰু বৈজ্ঞানিক আৰু কাৰিকৰী কৰ্মচাৰীবৰ্গৰ সহযোগ কৰে। প্ৰশাসনিক কৰ্মচাৰীবৰ্গই পৰিষদৰ সংশ্লিষ্ট সংমণ্ডলসমূহ পৰিচালনা কৰে।

সাংগঠনিক নক্সাঃ