মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

তথ্য বিচাৰি আবেদন

তালিকাঃ

  • প্ৰয়োজনীয় তথ্যৰ সবিশেষ উল্লেখ কৰি এ.এছ.টি.ই.চি.ৰ সঞ্চালকক উদ্দেশ্যি এক অনুৰোধ পত্ৰ প্ৰেৰণ কৰা
  • তথ্যৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি এক সন্মতি পত্ৰ আবেদনকাৰীলৈ প্ৰেৰণ কৰা হব যত তথ্য লাভৰ চৰ্তাৱলী আৰু ইয়াৰ বাবদ যদি মাচুল আদায় দিব লাগে তেনেহলে সেই বিষয়েও উল্লেখ থাকিব।
  • যদিহে এই তথ্য সৃষ্টি কৰিব লগীয়া হয় (ৰিমোট চেন্সিং আৰু জি.আই.এছ.ৰ ক্ষেত্ৰত), অনুৰোধৰ ভিত্তিত এ.এছ.টি.ই.চি.এ এক প্ৰকল্প প্ৰস্তাৱ প্ৰস্তুত কৰিব যত প্ৰদান কৰিবলগীয় তথ্য, সময়সীমা, বাজেট, চৰ্তাৱলী আদিৰ সবিশেষ উল্লেখ থাকিব আৰু ইয়াৰ লগতে থাকিব স্বাক্ষৰিত এক বুজা-বুজিৰ চুক্তি।