তলত দিয়া লক্ষ্যসমূহৰ সৈতে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ অধীনত দূৰৱৰ্তী সংবেদন বিভাগ (অসম দূৰৱৰ্তী সংবেদন প্ৰয়োগ কেন্দ্ৰ) স্থাপন কৰা হৈছিল।
- ৰাজ্যখনত প্ৰাকৃতিক সম্পদসমূহ ব্যৱস্থাপনাৰ বাবে দূৰৱৰ্তী সংবেদন কৌশল আৰু সেইসমূহৰ প্ৰয়োগ উন্নীত কৰা।
- ব্যৱহাৰকাৰী সংস্থাসমূহলৈ প্ৰশিক্ষণ আৰু সেৱা প্ৰদান।
- আই.এছ.ঈ(ইছৰো)ৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা ব্যৱস্থাৰ দ্বাৰা আৰম্ভ কৰা বিভিন্ন ৰাষ্ট্ৰীয় অভিযানত অংশীদাৰী প্ৰতিষ্ঠান হিচাপে কাৰ্য কৰা।
- দূৰৱৰ্তী সংবেদন আৰু ভৌগোলিক বাৰ্তা ব্যৱস্থা (জি.আই.এছ.) ব্যৱহাৰ কৰি স্থান সংক্ৰান্তীয় (মেপ) আৰু অ-স্থান সংক্ৰান্তী (চিহ্ন) দুয়ো ধৰণতে গৱেষণাৰ তথ্য সৃষ্টি কৰা।
দূৰ সংবেদনৰ অধীনত বিভিন্ন কাৰ্যকলাপ আৰু অনুষ্ঠানসমূহ হৈছে-